শুক্ৰবাৰে গনেশ চতুৰ্থীৰ ভাচান উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে  তিনিচুকীয়াৰ ডি এম লোহিয়া পথ পূজা সমিতিয়ে ।

সচৰাচৰ ভাচানৰ সময়ত পৰিলক্ষিত হোৱা ডিজে আদিৰ উচ্ছ-স্বৰৰ সংগীতৰ পৰিবৰ্ত্তে দুটাকৈ হাতী লৈ গনেশ মূৰ্তি বিসৰ্জনৰ বাবে কৰা  যাত্ৰাই দৃষ্টি আকৰ্ষণ কৰে তিনিচুকীয়া চহৰবাসীৰ  ।