ৰঙাগড়া চাহ বাগিছাৰ কাৰখানাত কৰ্মৰত অৱস্থাত মেচিনত ভৰি সোমাল দীপক ভূঞা নামৰ এগৰাকী কিশোৰ শ্ৰমিকৰ ৷ যোৱা ২৫ আগষ্টৰ নিশা দহ বজাত সংঘটিত হৈছিল ঘটনাটো । বৰ্তমান গুৱাহাটীৰ এপ'ল' হস্পিতালত চিকিৎসাধীন শ্ৰমিকজন । বৰ্তমান সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোলাঘাট জিলাৰ সমিতিয়ে কিশোৰ শ্ৰমিক গৰাকীৰ সকলোধৰনৰ সহায়ক হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বাগিছা কৰ্তৃপক্ষক। স্মাৰক পত্ৰ প্ৰদান কৰি দীপক ভূঞাক ১৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান আৰু আজীৱন বেতন প্ৰদান আদি কেইবাটাও দাবী উত্থাপন কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાની ફેસીલેટર આશાવર્કર બહેનોએ પડતર માંગણીઓને લઇને સરકાર સામે બાંયો ચડાવી
બનાસકાંઠા જિલ્લાના તમામ તાલુકાઓમાં અને શહેરી વિસ્તાર સહિત ગ્રામીણ વિસ્તારમાં કામ કરતી આશા વર્કર...
গ্লোবেল হাংগাৰ ইণ্ডেক্সত পুনৰ এবাৰ অৱনমিত হ’ল ভাৰত
চলিত বৰ্ষৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সত পুনৰ এবাৰ অৱনমিত হ’ল ভাৰত। ১২১খন দেশৰ ভিতৰত ভাৰতে লাভ...
महुधा पुलिस व एसएसबी कर्मियों द्वारा फ्लैग मार्च किया गया।
महुधा पुलिस व एसएसबी कर्मियों द्वारा फ्लैग मार्च किया गया।
તળપદા ભરત ભાઈ : 8849117444
ક્યાં ધરતીપુત્રોને લાખો રૂપિયાનું નુકસાન થયું?
#buletinindia #gujarat