গোলাঘাটত চৰকাৰী শিক্ষা খণ্ডত চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা প্ৰস্তাৱিত শিক্ষানীতিৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। অসম চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা আৰু চৰকাৰী শিক্ষাখণ্ড বিৰোধী সিদ্ধান্ত বাতিল কৰা আৰু চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰাৰ দাবীত আজি গোলাঘাট নগৰৰ মাজমজিয়াৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ, গোলাঘাট জিলা সমিতিয়ে। সংগঠনটোৱে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৫ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ কৰ্মীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बॉलीवुड म्यूजिकल नाइट आज अखिल भारतीय विराट कवि सम्मेलन कल
प्रताप स्टेडियम में नगरपालिका मण्डल के तत्वावधान में 15 अक्टूबर को बॉलीवुड म्यूजिकल नाइट...
આણંદ નાં ગામડી વિસ્તારમાં મહીલા અને બાળક નાં સ્યુસાઇડ ની ઘટના માં પોલીસની તપાસ નો ધમધમાટ તેજ.
આણંદ બ્રેકીંગ
આણંદ ના ગામડી વિસ્તારમાં સ્યુસાઈડ ની ઘટનામાં પોલીસની તપાસ નો ધમધમાટ તેજ .!...
শোণিতপুৰৰ ঘোৰামাৰীৰ এজন যুৱ ব্যৱসায়ীলৈ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰনালয়ৰ পৰা প্ৰশংসাপত্ৰ প্ৰদান।
শোণিতপুৰৰ ঘোৰামাৰীৰ এজন যুৱ ব্যৱসায়ীলৈ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰনালয়ৰ পৰা প্ৰশংসাপত্ৰ প্ৰদান।
Big Political News | 15-16 आमदार मंत्रिपदाची आज शपथ घेणार? मंत्रिमंडळात कोणाला संधी?
Big Political News | 15-16 आमदार मंत्रिपदाची आज शपथ घेणार? मंत्रिमंडळात कोणाला संधी?