শিৱসাগৰ বৰপুখুৰীত উদ্ধাৰ এটা বৃহৎ মাছ

শিৱসাগৰ বৰপুখুৰীত উদ্ধাৰ এটা বৃহৎ মাছ। প্ৰত্যক্ষ দৰ্শী ভাষ্য অনুসৰি ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মাছটো। প্ৰায় ১৫ কেজি ওজনৰ হব বুলি অনুমান কৰা হৈছে পিঠিয়া মাছ তো। sdrf সহযোগত উদ্ধাৰ হয় মাছটো | মৃত্যু হলে মাছটো পোতাৰ ব্যৱস্থা কৰিব জিলা প্ৰশাসনে |