বহিৰাজ্যত পুনৰ আক্ৰমণৰ বলি হৈ মৃত্যুক আঁকোৱালী ললে এজন অসমীয়া যুৱকে।

বহিৰাজ্যত পুনৰ আক্ৰমণৰ বলি হল অসমীয়া যুৱক।

কামৰ সন্ধানত চেন্নাইলৈ বুলি যোৱা অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া যুৱকক হত্যা।

চেন্নাইৰ এটা ষ্টেচনত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰে সোনটো গগৈ নামৰ যুৱক জনক।

যুৱক জন অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ বৰবিল গাওঁৰ বুলি জানিবলৈ পোৱা গৈছে।

বন্ধুৰ সৈতে কামৰ সন্ধানত চেন্নাইলৈ বুলি গৈছিল সোণটো গগৈ।