বেচৰকাৰী সংস্থা "নিৰাময়" ৰ উদ্যোগত দেওমৰনৈত আৰ্ছিৰণ নিলগনৰ সজাগতা সভা এখন সম্পন্ন হয় । দেওমৰনৈৰ কুমাৰপাৰা আৰু বড়িগাওঁ এলেকাৰ পানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাত ইয়াৰ প্ৰতিৰোধকল্পে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত দেওমৰনৈৰ সমীপৰ পূৱ বড়িগাওঁ গ্ৰামোন্নয়ন যুৱ সংঘৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় উক্ত সজাগতা সভা । নিৰাময়ৰ সভাপতি কুশল ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পানীত বিষাক্ত আৰ্চেনিকৰ উপস্থিতি, ইয়াৰ ভয়াবহতা, প্ৰতিৰোধ মূলক ব্যৱস্থা আৰু আৰ্ছিৰণ নিলগন ফিল্টাৰৰ ব্যৱহাৰ সম্পৰ্কে মনোজ্ঞ আলোচনা আগবঢ়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড° ৰবীন দত্ত, গৱেষক আৰু সহযোগী অধ্যাপক সমীৰণ বাঢ়ৈ, সাৰংগ বৈশ্য আৰু অন্বেষা চলিহাই। নিৰাময়ৰ দ্বাৰা আৰ্ছিৰণ নিৰ্গমনৰ ১০৪ টা ফিল্টাৰ ৰাইজলৈ যোগান ধৰা সভাত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমিনাথ ডেকা নিৰাময়ৰ সদস্য প্ৰসন্ন ডেকা,হিৰক জ্যোতি শৰ্মা আৰু বিকাশ বৰুৱা প্ৰমুখ্যে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Elvish Yadav का ये Birthday है अब तक का सबसे खास , जानिये क्यों | Bigg Boss OTT 2 Winner
Elvish Yadav का ये Birthday है अब तक का सबसे खास , जानिये क्यों | Bigg Boss OTT 2 Winner
अज्ञात चोरों ने दो अलग-अलग स्थान से उड़ाए ट्रांसफार्मर के कॉपर और तेल
अज्ञात चोरों ने दो अलग अलग स्थानों से उड़ाए ट्रांसफार्मर के कॉपर और तेल
श्रीमाधोपुर
जाजोद...
ભારતીય જનતા પાર્ટીની ધાનપુર તાલુકાના ઉંડાર શક્તિ કેન્દ્ર ની સંગઠનલક્ષી બેઠક યોજાઈ
ભારતીય જનતા પાર્ટીની ધાનપુર તાલુકાના ઉંડાર શક્તિ કેન્દ્ર ની સંગઠનલક્ષી બેઠક યોજાઈ
Congress On Nitish Kumar: कांग्रेस ने नीतीश कुमार की सियासत की तुलना गिरगिट से की | Bihar Politics
Congress On Nitish Kumar: कांग्रेस ने नीतीश कुमार की सियासत की तुलना गिरगिट से की | Bihar Politics
મહુવા ભાજપ દ્વારા બાઈક રેલી યોજાઈ
આજરોજ મહુવા ખાતે ભાજપ યુવા મોરચા દ્વારા બાઈક રેલી યોજાઈ હતી જેમાં ગુજરાત રાજ્ય કક્ષાના મંત્રી...