Rapido Ola Uber আমি সকলোৱে ব্যৱহাৰ কৰোঁ কম বেছি পৰিমানে আৰম্ভণি ত সকলো ঠিকে আছিল কিন্তু কেনা তো লাগিল covidr পিছৰ পৰ্যায়টোত ।
বিশেষকৈ উল্লেখ কৰো যে Rapido ola uber ৰ ভিতৰত যিবিলাক বাইক ব্যৱহাৰ হৈ আহিছে সেই বাইক চালক বোৰে আজি কিছুদিন ধৰি apps ত দেখুৱা ধনৰ পৰিবৰ্তে অধিক ধন দাবী কৰি আহিছে । যদি আপুনি কৰবাত যাব লগা হয় তাত যদি ধন দেখুৱাইছে ৩০টকা তাৰ পৰিৱৰ্তে সেইসকল লোকে অধিক ধন বিচাৰে কিন্তু ইয়াৰ বাবে দায়ী কোন ?
প্ৰথম ফোন কৰিয়ে ফোনত কৈ দিয়া হয় ৩০ৰ ঠাইত বিচৰা হয় অতিমাত্ৰা ধন । যদি আপুনি অতিমাত্ৰা ধন দিবলৈ মান্তি নহয় তেতিয়া বিভিন্ন ধৰণৰ বাহানা কৰি আপোনাৰ বুকিং cancel কৰি দিয়া হয় ।
এই বিষয়ত অসমৰ বহুতো সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰাও দেখিব পোৱা গৈছে কিন্তু ইয়াৰ উচিত তদন্ত আজিলৈ নোলাল ।
এই বিষয়ত অসমৰ জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে সেইয়া হৈছে লক্ষণীয় ।