দিল্লীত প্ৰথম বাৰৰ বাবে ভাৰ্চুৱেল শিক্ষা ব্যৱস্থাৰ আৰম্ভণি কৰা হয় য'ত দেশৰ যিকোনো ঠাইৰ পৰায়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নামভৰ্ত্তি মুকলি কৰি দিয়া হৈছে।