সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ মাজবাটত ৰাতি পুৱাৰ পৰা কিন কিনিয়া বৰষুণকো নেওচি ৰাজহুৱা গণেশ চতুৰ্দশী পূজাৰ আয়োজন কৰা দেখা যায়। জানিব পৰা মতে অন্যান্য বছৰৰ দৰে এই বছৰো মাজবাট টাউনৰ বৰুৱা কমপ্লেক্সৰ কাষত এদিনীয়া কাৰ্য্যসূচীৰে মাজবাট বনিক সন্থাৰ উদ্যোগত ও মাজবাট বাসি ৰাইজৰ সহযোগত ৰাজহুৱা গণেশ চতুৰ্দশীৰ পূজাৰ আয়োজন কৰা হয় বুলি উৎযাপন সমিতিৰ সদস্য শনিৰাম ছেত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে। পূজা উপলক্ষে দিনৰ ১১বজাৰ পৰা হোম। ১ বজাৰ পৰা পুষ্পাঞ্জলি অৰ্পণ। গণেশ চতুৰ্দশীৰ দিনা মাজবাট অঞ্চলৰ বিভিন্ন জাতি ধৰ্মৰ পুৰুষ মহিলা সকলে উপবাসে থাকি পূজা অৰ্চনা কৰাও দেখা যায়। গণেশ চতুৰ্দশীৰ দিনা মাজবাট অঞ্চলৰ সকলো ৰাইজৰ সহায় সহযোগিতা কৰা হয় আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে মাজবাট বনিক সন্থাৰ সভাপতি ছেৰু মুছাহাৰী সম্পাদক শ্ৰিমন্ত শৰ্মা (দুল) তপন কৰ, নাণ্টু চৰকাৰ, অজয় পাল, পৰিমল পোদ্দাৰ, অজয় ছাহ, বিশ্বজিৎ দাসৰ লগতে বনিক সন্থাৰ সদস্য সদস্যা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कायदा हातात घेणाऱ्यांवर कडक कारवाई; पोलीस अधीक्षकांचा इशारा
औरंगाबाद जिल्ह्यामध्ये मुले पळविणारी टोळी फिरत असल्याच्या अफवा सोशल मिडीयावर सर्रासपणे पसरविण्यात...
राजस्थान के इस जिले में हुई इतनी बारिश की करनी पड़ी स्कूलों की छुट्टी
राजस्थान के टोंक जिले में बारिश ने रिकॉर्ड तोड़ा है. टोंक तहसील क्षेत्र में बीते 9 घंटों में 5 इंच...
तेजस्वी यादव लंच ब्रेक के लिए CBI दफ्तर से निकले, गर्भवती पत्नी को देखने पहुंचे अस्पताल
नई दिल्ली, बिहार के डिप्टी सीएम तेजस्वी यादव शनिवार को 'लैंड फार जॉब' स्कैम मामले में...
मातृभूमी महाविद्यालयात पार पडला पदवीधर प्रमाणपत्र वितरण सोहळा
मातृभूमी महाविद्यालयात पार पडला पदवीधर प्रमाणपत्र वितरण सोहळा