প্ৰতিবেদক, পশ্চিম যোৰহাটঃ- যোৰহাট তৰাজান সোণাৰি গাঁও ২ নং পথৰ নিবাসী, স্বৰ্ণ শিল্পী, বায়ন, অভিনেতা, খেলুৱৈ, অনুষ্ঠানৰ প্ৰতি হাবিয়াস থকা বৈষ্ণৱ সংস্কৃতিৰ সাধক যোগেন চন্দ্ৰ বৰদলৈক বাসগৃহতে ৩১ আগষ্টত কলিতা জনগোষ্ঠী সন্মিলন তৰাজানৰ কৰ্মীসকলে সম্বৰ্ধনা জনায়। সম্বৰ্ধনাত আছে চেলেং, গামোচা, সফোঁৰা আৰু বিভিন্ন উপহাৰ। ৮৫ বছৰীয়া শিল্পীজন সয্যাগত। ধৰ্মেশ্বৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সম্পাদক অঞ্জন বৰদলৈয়ে। যোগেন চন্দ্ৰ বৰদলৈৰ কৰ্মময় জীৱন, সমাজলৈ অৱদানৰ সম্পৰ্কত জিলা সন্মিলনৰ সভাপতি জীতেন শইকীয়া, সম্পাদক কেশৱ বৰদলৈ, তৰাজান সন্মিলনৰ উপেন্দ্ৰজিৎ মহন্ত, উমেশ বৰদলৈ, তপন বৰদলৈ, উপেন বৰদলৈ প্ৰমুখ্যে বিভিন্নগৰাকীয়ে বক্তব্যত উল্লেখ কৰে। যোগেন চন্দ্ৰ বৰদলৈৰ পত্নী, চাৰিজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰ লগতে আত্মীয় আৰু স্থানীয় লোকসকল সম্বৰ্ধনাৰ সময়ত উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રીમિયમ લીગ સીઝન-3 નુ આયોજન કરાયુ
માન. મુખ્ય જિલ્લા આરોગ્ય અધિકારી સાહેબ શ્રી ડો. રાજ સુતરીયાના માર્ગદર્શન હેઠળ તા. 23 અને...
Jio का सबसे सस्ता प्लान, रोजाना 9 रुपये से कम खर्च पर दिनभर लें नेट का मजा; इन पैक में मिलता है 1.5GB डेटा का फायदा
Jio 1.5GB Daily Data Plan टेलीकॉम कंपनियां अपने यूजर्स की अलग-अलग जरूरतों को ध्यान में रखते हुए...
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাধৱদেৱ বিশ্ববিদ্যালয়ত আৰম্ভ স্নাতক পাঠ্যক্ৰম ৷
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাধৱদেৱ বিশ্ববিদ্যালয়ত আৰম্ভ স্নাতক পাঠ্যক্ৰম ৷
आकाशीय बिजली गिरने से युवक की मौत
अजयगढ:-पन्ना जिले में लगातार बदलते मौसम से नागरिकों सहित किसानों को भारी परेशानी का सामना करना पड़...
पीट पीट कर जीप ड्राइवर को उतारा मौत के घाट एक्सीडेंट के बाद दिया था बदमाशों ने वारदात को अंजाम
पीट पीट कर जीप ड्राइवर को उतारा मौत के घाट
एक्सीडेंट के बाद दिया था बदमाशों ने वारदात को...