অহা ২১ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ মৰিগাঁও মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হব ৪৫ সংখ্যক আন্তঃজিলা দবা প্ৰতিযোগিতা। পোন প্ৰথমবাৰৰ বাবে মৰিগাঁৱত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক পৰ্যায়ৰ দবা প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে মৰিগাঁও জিলা দবা সন্থাই। ইয়াৰ লগত সংগতি ৰাখি আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এক সাধাৰণ সভা। উক্ত সভাতে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰক মুখ্য উপদেষ্টা, জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ, জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক সভাপতি, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাক কাৰ্যকৰী সভাপতি আৰু মৰিগাঁও জিলা দবা সন্থাৰ সম্পাদক প্ৰদীপ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া আদৰনি গঠন কৰা হয়। লগতে শতাধিক বিশিষ্ট ব্যক্তি,ক্ৰীড়া প্ৰেমীৰ উপস্থিতিতে অনুষ্ঠিত সভাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰাত সহায়ক হোৱাকৈ চাৰিখনকৈ উপ সমিতি গঠন কৰা হয় বুলি উদ্যোক্তা সকলে জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુલ્તો પુલ તૂટવા ની દુર્ઘટના મામલે Home Minister Harsh Sanghvi એ નિવેદન આપ્યુ
જુલ્તો પુલ તૂટવા ની દુર્ઘટના મામલે Home Minister Harsh Sanghvi એ નિવેદન આપ્યુ
ગોંડલમાં ફરી જંગલના રાજાના આંટાફેરા, લોકોમાં ભયનો માહોલ; જુઓ વીડિયો
ગોંડલમાં ફરી જંગલના રાજાના આંટાફેરા, લોકોમાં ભયનો માહોલ; જુઓ વીડિયો
किनगाव जट्टू परिसरात वन्य प्राण्याकडून उभ्या पिकाचे नुकसान
किनगाव जट्टू परिसरात वन्य प्राण्याकडून उभ्या पिकाचे नुकसान
स्विफ्ट के बाद 2024 Maruti Dzire भी मचा सकती मार्केट में धूम, लॉन्च से पहले सामने आ चुकी है ये जानकारी
रिपोर्ट के मुताबिक इसमें स्विफ्ट की तरह ही क्लैमशेल बोनट के साथ हेडलाइट्स और फॉग लाइट्स जैसे...