তৃণমূল কংগ্ৰেছৰ কাৰ্য্যলয়ত যোগদান কাৰ্যসূচী ।
সভাপতি ৰিপুন বৰাৰ উপস্থিতিত এই কাৰ্যসূচী ।
AAPৰ এটা ১২ জনীয়া দলে যোগদান কৰে আজিৰ কাৰ্যসূচীত ।
AAP ৰ ৰাজ্যিক পৰ্যায়ৰ নেতা শ্যামপদ ৰয়ৰ লগতে আৰু বহু কেইজন লোকে যোগদান কৰে আজিৰ কাৰ্যসূচীত ।
লগতে অসমৰ জনপ্ৰিয় শিল্পী তথা প্ৰদেশ কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ দ্বায়িত্বতথকা তানা দেৱৰাজেও অংশগ্ৰহণ কৰে।