নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক লৈ অশোভনীয় মন্তব্য

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে চৌদিশে প্ৰতিক্ৰিয়া

হেঙেৰাবাৰীত ৰাজ্যিক বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী

অধীৰ ৰঞ্জন চৌধুৰী, ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত

'এয়া সমগ্ৰ নাৰী জাতিৰ প্ৰতি অপমান' 

কংগ্ৰেছ নেতৃত্বক দেশবাসীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী বিজেপিৰ 

ভৱিষ্যতে এনেধৰণৰ মন্তব্য নকৰিবলৈ কংগ্ৰেছক সকিয়নী