কাকপথাৰ সমবায় সমিতিৰ কায্যালয়ৰ পৰা এটা অজগৰ সাপ উদ্ধাৰ।

উদ্ধাৰ কৰি কাকপথাৰ বনবিভাগক সমজাই দিয়া হয় অজগৰ টো। মঙ্গলবাৰে কাকপথাৰ সমবায় সমিতিৰ কায্যালয়ৰ ভিতৰত সোমাইছিল সাপটো।