।অংক আৰু বিজ্ঞানবিষয় ইংৰাজী মাধ্যমকৰিব বিচৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঢকুৱাখনাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ স্বাক্ষৰ অভিযান।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ঢকুৱাখনা মহকুমাৰ সমিতিৰ উদ্যোগত মঙ্গলবাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমৰ্থনত ঢকুৱাখনা মহাবিদ্যালয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক গণ স্বাক্ষৰ অভিযান ৰূপায়ন কৰে।

ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰা কাৰ্যক কোনো কাৰণতে মানি লব নোৱাৰা হুংকাৰ পৰিষদৰ।