নলবাৰী জিলাৰ ঘগ্ৰপাৰৰ সমীপৰ ধমধমাৰ লুইত একাডেমিৰ উদ্যোগত বিশিষ্ট শিক্ষাব্ৰতী ,সাহিত্য সেৱক তথা ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক প্ৰদীপ কুমাৰ শৰ্মাৰ “নীতিশ্লোকামৃতম“ নামৰ সংস্কৃতৰ অনুবাদ পুথিখন মংগলবাৰে আনুষ্ঠানিক ভাবে উন্মোচন কৰে৷গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা সাহিত্যিক কেশৱ শৰ্মাই৷উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে লুইত একাডেমিৰ অধ্যক্ষ মনোৰঞ্জন ভাগৱতীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हंडरगुळी येथील मटका भादरावर वाढवणा पोलीसांची कारवाई
हंडरगुळी येथील मटका भादरावर वाढवणा पोलीसांची कारवाई
પેટ કરાવે વેઠ..સાવરકુંડલા મા બાળકના અદભુત કવાયતનાં ખેલ
પેટ કરાવે વેઠ..સાવરકુંડલા મા બાળકના અદભુત કવાયતનાં ખેલ
Flipkart पर टीज हुआ CMF Phone 1 स्मार्टफोन, डिजाइन के साथ-साथ फीचर भी होंगे यूनीक
Nothing का सब-ब्रांड CMF जल्द नया स्मार्टफोन लॉन्च करने की तैयारी में है। कंपनी अपने अपकमिंग...
પાલીતાણામાં સંતો દ્વારા ઉપવાસ આંદોલન કરવામાં આવ્યું
પાલીતાણામાં સંતો દ્વારા ઉપવાસ આંદોલન કરવામાં આવ્યું