প্ৰচণ্ড খৰাঙে দহিছে ৰাজ্যৰ খেতি পথাৰসমূহ।

উপায়হীন হৈ পৰিছে কৃষকসকল। 

কাৰ ওপৰত ভৰষা কৰিব ৰাজ্যৰ কৃষকে !নেদেখাজনৰ ওপৰত ভৰষা কৰিব নে চৰকাৰী অভিলাষী আঁচনি সমূহৰ ওপৰত ভৰষা কৰিব... ইয়াকে লৈ চিন্তিত ৰঙিয়া মহকুমাৰ কৃষক সকল।

ইফালে ধোৱা চাঙত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি।