মৰাণ চহৰৰ মাজমজিয়াত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। টেলাৰ গাড়ী আৰু আল্ট্ৰা বাছৰ মাজত মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতে সৃষ্টি  হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো  । ফলত বাছ খনত থকা শিশু মহিলাসহ ১০ৰো অধিক যাত্ৰী গুৰুতৰভাবে আহত হৈছে  । তেওঁলোকক ততাতৈয়াকৈ মৰাণ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |