কেইদিনমান পূৰ্বে একেসময়তে বোকাখাতৰ তিনিখন বিদ্যালয়ৰ ৫৯টি শিশুৰ স্বাস্থ্যৰ আকস্মিক অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল। আজি তেওঁলোক চিকিৎসাধীন হৈ থকা ৰঙাগড়া চাহ বাগিচা চিকিৎসালয়খনত উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী অতুল বৰায়ে ।
৫৯টি শিশুৰ স্বাস্থ্যৰ আকস্মিক অৱনতি হোৱাত ৰঙাগড়া চিকিৎসালয়ত স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী অতুল বৰায়ে ।
