সোণাৰিৰ সামাজিক -সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ অংশ হিচাপে অহা ৩০ জুলাইত এটি বিশেষ নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰম্ভ হ'ব লগীয়া এই নাট্য সন্ধিয়াত শিশু শিল্পী সকলৰ দ্বাৰা দুখন শিশুনাট মঞ্চস্থ কৰা হ'ব। সোণাৰি সমলয় গোষ্ঠীৰ সভাপতি উৎপল গগৈয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি নাট্যকাৰ, পৰিচালক এডিচন দেউৰীৰ "বানে ধোৱা গাঁও" আৰু এডিচন দেউৰীৰ পৰিচালনাত, নাট্যকাৰ হবীব তনবীৰ, অনুবাদক ভগীৰথী বাঈ ইছলাম আৰু অনুপ হাজৰিকাৰ "চৰণ দাস চোৰ" এই দুখন শিশু নাট মঞ্চস্থ কৰিব গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सावरकर ब्राह्मण थे लेकिन गोमांस खाते थे’, मंत्री के बयान पर मचा घमासान
कर्नाटक के स्वास्थ्य एवं परिवार कल्याण मंत्री दिनेश गुंडुराव (Dinesh Gundu Rao) ने विनायक दामोदर...
ಬೆಂಗಳೂರಿನಲ್ಲಿ 'ಕರ್ನಾಟಕ ಇನ್ನರ್ವಿಯರ್ ಅಸೋಸಿಯೇಷನ್'ವತಿಯಿಂದ"ಭಾರತದ ಅತಿದೊಡ್ಡ ಇನ್ನರ್ವಿಯರ್ ಟ್ರೇಡ್ ಶೋ"ನಡೆಯಿತು
ಬೆಂಗಳೂರಿನ ಅರಮನೆ ಮೈದಾನದಲ್ಲಿ'ಕರ್ನಾಟಕ ಇನ್ನರ್ವಿಯರ್ ಅಸೋಸಿಯೇಷನ್' ವತಿಯಿಂದ ಜುಲೈ 11ರಿಂದ 13ರವರೆಗೆ "ಭಾರತದ...
केंद्र शासनाच्या निपुण भारत योजनेअंतर्गत व्ही जे एन टी शिक्षकांसाठी प्रशिक्षण शिबिर संपन्न
केंद्र शासनाच्या निपुण भारत योजनेअंतर्गत व्ही जे एन टी शिक्षकांसाठी प्रशिक्षण शिबिर संपन्न
বিদ্যুৎ মাছুল বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া প্ৰকাশ
ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধি সন্দৰ্ভত চৰ্চা লাভ সময়তে নিজৰ মত প্ৰকাশ কৰিছে ৰাজ্যৰ কেবিনেট...
भारतीय टपाल विभागात ९८००० पदांची मेगाभरती; दहावी-बारावी उत्तीर्णांना नोकरीची संधी
भारतीय टपाल विभागात ९८००० पदांची मेगाभरती; दहावी-बारावी उत्तीर्णांना नोकरीची संधी
दहावी-बारावी...