শোনিতপু্ৰৰ চাৰিদুৱাৰত অসম আৰক্ষীৰ ফুটবল প্ৰতিযোগীতা। শোনিতপুৰৰ আৰক্ষীৰ উদ্যোগত আয়োজিত Sonitpur Inter Police Station Football Tournament ত চাৰিদুৱাৰ আৰক্ষী একাদশ বনাম মিচামাৰি আৰক্ষী একাদশৰ মাজত অৱতীৰ্ণ হয়। ৯০ মিনিট ধৰি হোৱা এই ৰোমাঞ্চকৰ খেলখনত চাৰিদুৱাৰ আৰক্ষী একাদশে মিচামাৰী আৰক্ষী একাদশক ট্ৰাইবেকাৰত ৩-০ গ'লৰ ব্যৱধানত বিজয়ী হবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিহুবৰ আৰু নামচাই আৰক্ষীৰ জাতীয় পতাকা বিতৰণ ।
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক সুভ্ৰজ্যোতি বৰা আৰু নাজিৰা...
એક ભૂલથી કપાશે હજાર રૂપિયા નું ચલણ: કારની પાછળ બેસીને પણ સીટ બેલ્ટ પહેરવો પડશે, દિલ્હી પોલીસ દ્વારા શરૂ કરાયું અભિયાન
ફોર-વ્હીલરમાં પાછળ બેઠેલા મુસાફરોને સીટ બેલ્ટ ન પહેરવો મોંઘો પડી શકે છે. દિલ્હી પોલીસે બુધવારે...
हवेलीच्या तहसीलदार तृप्ती कोलते-पाटील निलंबित
हवेलीच्या तहसीलदार तृप्ती कोलते-पाटील निलंबित