সন্মিলিত গণশক্তি অসমৰ উজনি মাজুলী ব্লক সমিতিৰ অন্তৰ্গত ৰতনপুৰ মিৰি সন্মিলিত গণশক্তি ও নাৰীশক্তি আৰু সন্মিলিত গণশক্তি দলৰ প্ৰতিনিধিমুলক ও কৰ্মী সন্মিলনখন আজি অনুষ্ঠিত হয় ৷ ৰতনপুৰ মিৰি হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ৰতনপুৰ মিৰি সন্মিলিত গণশক্তিৰ পঞ্চায়ত সমিতিৰ সভাপতি প্ৰদীপ পাতিৰে। ৰতনপুৰ মিৰি সন্মিলিত গণশক্তিৰ সম্পাদক ধৰ্ম খনিকৰে আঁত ধৰা সভাখন উদ্বোধন কৰে সন্মিলিত গণশক্তি (অসম) কেন্দ্ৰীয় সমিতৰ সাংগঠনিক সম্পাদক তথা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য নিলকান্ত দলেয়ে। সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই ক্ৰমে উজনি মাজুলী ব্লক সন্মিলিত গণশক্তিৰ সভাপতি দেবজিৎ পাতিৰ, সন্মিলিত গণশক্তি অসমৰ উজনি মাজুলী ব্লক সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি সুৰেশ ভট্ট আদিয়ে। উক্ত সভাতে পৰবৰ্তী তিনিবছৰীয়া কাৰ্যকালৰ বাবে সন্মিলিত গণশক্তি অসম দলৰ সভাপতি হিচাপে লম্বোদৰ গায়ন, সম্পাদক হিচাপে ক্ৰমে ভৰত মালা, ৰমেন শইকীয়া, দিনেশ দলে আৰু জীৱন দলে আৰু ৰতনপুৰ মিৰি সন্মিলিত নাৰীশক্তি অসম দলৰ সভানেত্ৰী হিচাপে মনেশ্বৰী পেগু সম্পাদিকা হিচাপে প্ৰীতি ডেকা, দেবান্তী কুলি আৰু অনিমা চৌধুৰীক লৈ কমিটি দুখন গঠন কৰা হয়। ইফালে সন্মিলিত গণশক্তিৰ কৰ্মী সন্মিলনত দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় ১৫০ গৰাকী ব্যক্তিয়ে সন্মিলিত গণশক্তি অসম দলত যোগদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विधायक डॉ. अरुण चौधरी ने किया करणीसर तालाब जीर्णाेद्धार कार्य का शिलान्यास।
जल संरक्षण की दिशा में सशक्त पहल
बालोतरा, 29 अक्टूबर। ग्रामीण विकास और जल संरक्षण की दिशा...
मंत्री किरोड़ी लाल ने CM भजनलाल को लिखा पत्र, 1146 करोड़ के घोटाले की जताई संभावना
राजस्थान सरकार में कृषि मंत्री किरोड़ी लाल मीणा ने जल जीवन मिशन में घोटाले धांधली को लेकर...
પોરબંદરના પત્રકાર પર હુમલાની ઘટનાને પગલે મુખ્યમંત્રીને રૂબરૂ આવેદનપત્ર પાઠવ્યું
પોરબંદરના કમલાબાગ પોલીસ મથકમાં ઈલેકટ્રોનિક મીડીયાના રીપોર્ટર ઋષિ થાનકી પર હુમલો કરી આરોપી પ્રફુલ...
अंग भंग हुआ रावण, बड़ा हादसा टला
कोटा में 131वे राष्ट्रीय दशहरा मेला में शुभ मुहर्त पर रावण दहन से पूर्व रावण का पुतला खड़ा करते...
કલોલમાં 750 બેડની આદર્શ મલ્ટી સ્પેશિયાલિસ્ટ હોસ્પિટલનું અમિત શાહના હસ્તે શિલાન્યાસ : Video
કલોલમાં કેન્દ્રીય ગૃહ અને સહકારિતા મંત્રી અમિત શાહના હસ્તે KIRC કૉલેજ દ્વારા નિર્માણ પામનાર 750...