আজিৰ খবৰ, গুৱাহাটী , ৮ জুলাই, ২০২২ : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ "ঈদ - উজ - আজহা" উপলক্ষে অহা ১০ জুলাইত বিশ্বৰ তথা দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সমূহীয়া নামাজ অনুষ্ঠিত হব । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰী ঈদগাহ ময়দানতো কভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত অনুষ্ঠিত হবলগীয়া "ঈদ - উজ - আজহা"ৰ সমূহীয়া নামাজ উপলক্ষে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । জালুকবাৰী ঈদগাহ কমিটিৰ সভাপতি আলহাজ ইব্ৰাহিম আলী , কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহ , সাধাৰণ সম্পাদক আবুল আলী , কোষাধ্যক্ষ নাছেম আলীয়ে এটা বিবৃতিত সিদিনা পুৱা ৭.৪৫ বজাত জালুকবাৰী ঈদগাহ ময়দানত অনুষ্ঠিত লবলগীয়া সমুহীয়া নামাজত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনাইছে । সমূহীয়া নামাজত ইমামতি কৰিব এক নং উত্তৰ জালুকবাৰী জামে মছজিদৰ ইমাম মৌলানা ৰহুল আমিন আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে । আনহাতে নামাজৰ লগত সংগতি ৰাখি সিদিনা ইমাম , ঈদগাহ , মছজিদ , কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के राज्यपाल बागडे बोले- 'चिकित्सा विभाग में खाली पड़े पदों को जल्द भरे सरकार'
राजस्थान के राज्यपाल हरिभाऊ किसनराव बागडे ने मंगलवार को कहा कि चिकित्सा एवं स्वास्थ्य विभाग में...
पूजा सोनी ने मध्यप्रदेश सिविल सेवा परीक्षा में हासिल की तीसरी रैंक बनी डिप्टी कलेक्टर
पन्ना का नायाब हीरा एक बार फिर चमका,वर्तन व्यापारी की बेटी पूजा सोनी ने मध्य प्रदेश सिविल सेवा...
સાવરકુંડલામાં નેપાળી પરિવાર કેવડાત્રીજ ઉત્સવ ઉજવ્યો
સાવરકુંડલામાં નેપાળી પરિવાર કેવડાત્રીજ ઉત્સવ ઉજવ્યો
प्रीमियम डिजाइन वाले Moto G85 के घटे दाम, फ्लिपकार्ट से कम कीमत में खरीदने का मौका
मोटो G85 स्मार्टफोन को फ्लिपकार्ट से कम दाम में खरीदा जा सकता है। 5000 mAh बैटरी और 33W फास्ट...