মাজুলীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীন ৭২ খন স্কুতি বিতৰণ  কৰা হয় ৷ 

মাজুলীৰ বিধায়ক ভুৱন গাম , মাজুলীৰ উপায়ুক্ত পুলক মহন্ত সহিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াৰ উপস্থিতিত মাজুলীৰ বেংকমিত্ৰ , পশু সখী , কৃষি সখী ৭২ গৰাকী মহিলাক একোখনকৈ স্কুটি বিতৰন কৰে ৷