লংকা কাকীত যোৱা নিশা চাঞ্চল্যৰ ডকাইতি কাণ্ড।

লংকাৰ ১নং কাকী ৬নং জাজৰি গাওঁৰ দুজনকৈ শিক্ষকৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড।
 নিশা ১২-৩০ মান বজাত দুই শিক্ষক ক্ৰমে কাদিৰ আলী আৰু আব্দুছ ছালাম আজাদৰ ঘৰত গ্ৰীলৰ তলা ভাঙি প্ৰৱেশ কৰি লুটপাত চলাই ৬-৭ জনীয়া এটি ডক