◾গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

◾মন্ত্ৰী অজন্তা নেওগৰ পুত্তলিকা দাহ মহিলা কংগ্ৰেছৰ

◾মন্ত্ৰী নেওগৰ বাসগৃহত এগৰাকী মহিলাক অভব্য আচৰণ কৰা ঘটনাৰ প্ৰতিবাদ কংগ্ৰেছীসকলৰ

◾মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী তুলিলে অসম প্ৰদেশ মহিলা কংগ্ৰেছে 

◾বেটি বচাও,বেটি পঢ়াও শ্লোগান দিয়া চৰকাৰৰ মন্ত্ৰীৰ ঘৰত এনে ঘটনা হোৱাটো দুৰ্ভাগ্যজনক আখ্যা 

◾এই সংক্ৰান্তত ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ তৰিব মহিলা কংগ্ৰেছে

◾তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছে