মঙ্গলদৈ বড় চৰৰ ৰহমত আলী নামৰ কিশোৰ এগৰাকী কিছু দিন পুৰ্বে নিৰুদ্দেশ হৈছে।

13 বছৰীয়া ৰহমত আলী বান্দিয়াৰ জামিয়া ছাবিলুছ মাদ্ৰাছাৰ ছাত্ৰ আছিল।

পৰিয়ালৰ লোকে ইতিমধ্যে মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীক কিশোৰ জনৰ সন্ধান উলিয়াই দিবলৈ কাতৰ অনুৰোধ জনাইছে।

আনহাতে কোনাবা ব্যক্তিয়ে যদি কিশোৰ জনৰ সন্ধান পায় তলত দিয়া ফোন নম্বৰ কেইতাত জনাবলৈ অনুৰোধ জনাইছে।

  6003970934/ 8471865673