মঙ্গলদৈৰ এগৰাকী ব্যক্তিৰ মহানুভৱতা।নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বিবাহ ভৱন উছৰ্গিত কৰিব বানাক্ৰান্ত সকলৰ বাবে।শেহতীয়াকৈ মঙ্গলদৈৰ শাকটোলা নদীৰ মথাউৰি ভঙাৰ পিছতে ৰঙামাটিৰ বৃহত্তৰ অঞ্চল ডুবাই পেলাই। ক্ৰমে সৰু ঠেকেৰাবাৰী,ভালুকখোৱাপাৰা, কটহগুৰি,ধনখুন্দাপাৰা অঞ্চল সমূহৰত বানপানীয়ে এক তান্দবৰ সৃষ্টি কৰিছিল।যাৰ পৰিপ্ৰেক্ষিতত ১৫ৰ পৰা ২০ দিন কটাবলগীয়া হৈছিল মথাউৰিৰ ওপৰত। উক্ত অঞ্চল সমূহৰ ঘৰ দুৱাৰকে ধৰি ৰাষ্টাঘাট সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ পৰে। বৰ্তমান অঞ্চল সমূহৰ লোকে বিবাহকে ধৰি কোনো ধৰণৰ মাঙ্গলিক অনুষ্ঠান পাতিব ঠাই নোহোৱা পৰিবেশৰ সৃষ্টি হয়।সেই সময়তে মঙ্গলদৈৰ এগৰাকী হৃদয়বান ব্যক্তি ওলাই আহে দৰঙৰ বানবিধ্বস্ত লোকক সহায় কৰিবলৈ। অঞ্চল সমূহৰ লোকে বিবাহকে ধৰি বিভিন্ন মাঙ্গলিক অনুষ্ঠান পাতিব ঠাই দিব মঙ্গলদৈৰ টেঙাবাৰীস্থিত আকাশ বিবাহ ভৱন। মঙ্গলদৈৰ বাসিন্দা আকাশ বিবাহ ভৱনৰ স্বতাধিকাৰী ভদ্ৰ শৰ্মাই প্ৰকাশ কৰিলে এই কথা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના જૂનાડીસામાં નકલી ઇન્કમ ટેક્સ અધિકારી બની સોની પરિવાર સાથે લાખોની છેતરપિંડી કરનાર 4 શખ્સોને એલ.સી.બી. પોલીસે ઝડપ્યા
ડીસા તાલુકાના જૂનાડીસામાં 3 દિવસ અગાઉ શખ્સો ગાડી લઇને એક સોની પરિવારના ઘરે નકલી ઇન્કમ ટેક્સ...
મુસ્લિમ યુવકે અપર્યાપ્ત પ્રેમમાં યુવતીને જીવતી સળગાવી; કલમ 144 લાગુ
ઝારખંડના દુમકામાં એક હૃદયદ્રાવક કિસ્સો પ્રકાશમાં આવ્યો છે, જ્યાં શાહરૂખ નામના યુવકે એકતરફી...
Amritpal Singh fled Punjab? Woman held in Haryana; gunman arrested
The Haryana Police has arrested a woman who allegedly harboured fugitive 'Waris Punjab De'...
રાજુલા : સરકારી ડોક્ટરો પ્રાઇવેટ હોસ્પિટલમાં પ્રેક્ટિસ કરતા ઝડપાયા | SatyaNirbhay News Channel
રાજુલા : સરકારી ડોક્ટરો પ્રાઇવેટ હોસ્પિટલમાં પ્રેક્ટિસ કરતા ઝડપાયા | SatyaNirbhay News Channel