অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱ-গঠিত চৰাইদেউ জিলা সমিতিৰ প্ৰথমখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সোণাৰিস্থিত সংগঠনটোৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই সভাখন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ নৱ নিৰ্বাচিত সম্পাদক লংকেশ্বৰ গগৈয়ে আঁত ধৰা উক্ত সভাখন পৰিচালনা কৰে জিলাৰ সভাপতি ঝৰ্ণা মহনে। সভাত উপস্থিত "AJYCP কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চৰাইদেউ জিলা উপদেষ্টা পলাশ চাংমাই ডাঙৰীয়া, কেন্দ্ৰীয় উপদেষ্টা ৰঞ্জিত চাংমাই, কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক দিগন্ত গগৈৰ লগতে জিলা সমিতিৰ উপদেষ্টা মণ্ডলী, জিলাৰ কৰ্মকৰ্তা সকল, আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক সকল। এই সভাতেই আগন্তুক কাৰ্যকালৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मुख्य ब्लॉक चिकित्सा अधिकारी ने किया पदभार ग्रहण
खण्ड मुख्य चिकित्सा अधिकारी नैनवा बने डॉ. संजय मीणा ने किया पदभार ग्रहण
नैनवा।बीसीएमओ संजय मीणा...
कहत कबीर सुनो भाई साधो , देर रात तक भजनों पर नृत्य रत रहे श्रद्धालु
कहत कबीर सुनो भाई साधो देर रात तक भजनों पर नृत्य रत रहे श्रद्धालुबून्दी। सावन माह के 13वें दिन...
વાયરલ વિડિયો ahmadabad ના સીવીલ નો હોવાનું જણાવ્યું છે, પોલીસ ની વર્દી,કામ,ઈજ્જત,નામ, પર થું થું...
વાયરલ વિડિયો ahmadabad ના સીવીલ નો હોવાનું જણાવ્યું છે, પોલીસ ની વર્દી,કામ,ઈજ્જત,નામ, પર થું થું...
Breaking News: World Cup में टक्कर से पहले Babar Azam का बड़ा कुबूलनामा | Babar Azam On Virat
Breaking News: World Cup में टक्कर से पहले Babar Azam का बड़ा कुबूलनामा | Babar Azam On Virat