বানপানী শুকোৱাৰ পিচত মঙলদৈ ৰঙামাটিৰ দুখলগা দৃশ্য৷
ঘৰ-বাৰি, ৰাষ্টা-ঘাট সমুলি বিধস্ত কৰি থৈ গ’ল বলিয়া বানে ৷ঘৰৰ চোতালতে আশ্ৰয় বন্যাৰ্তৰ৷ অবৰ্ণনীয় মঙলদৈ ৰঙামাটি ধনখুন্দা পাৰা গাঁৱৰ পৰিস্থিতি৷ বানপানীয়ে ভাঙি থৈ গ’ল ঘৰ ৷ বহুতে ঘৰৰ চোতালতে আশ্ৰয় লবলগীয়া হৈছে ৷ ৰঙামাটি পঞ্চায়তৰ অন্তৰ্গত সৰু ঠেকেৰাবাৰী, বৰ ঠেকেৰাবাৰী, ধনখুন্দাপাৰা আদি গাওঁৰ ঘৰ-বাৰি, ৰাষ্টা-ঘাট সমুলি বিধস্ত কৰি থৈ গ’ল বলিয়া বানে৷
ধনখুন্দাপাৰাৰ দূৰ্ভগীয়া টিলেশ্বৰী শইকীয়াৰ ঘৰখন বলিয়াবানে কি দৰে থান-বান কৰি থৈ গ’ল