কটকটীয়া নিৰাপত্তা ৰ মাজত কাইলৈ অনুষ্ঠিত হব তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা ৷

পুৱা ৭:৩০ পৰা পৰিক্ষা হলত সোমাব পাৰিব পৰিক্ষৰ্থী ৷

গঢ়ি তুলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী 

মাজুলীৰ বাহিৰৰ পৰাও অনা হৈছে আৰক্ষীৰ লোক ৷