ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিত বিগত বৰ্ষত 'অসম-দৰ্শন' আঁচনিৰ জৰিয়তে নিৰ্মাণ সম্পূৰ্ণ হোৱা নামঘৰৰ মেধি, নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই তেখেতৰ সমষ্টিৰ বাসগৃহত বিশেষ আলোচনা সভাত মিলিত হয়। সভাত আধ্যাত্মিক বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে সমষ্টিৰ প্ৰত্যেকটো নামঘৰত গুৰুজনাৰ সৃষ্টি কৃষ্টি-সংস্কৃতিক কণ কণ শিশু সকলৰ লগতে নৱ প্ৰজন্মক কৰ্মশালা প্ৰদান কৰাৰ ক্ষেত্ৰত কাৰ্যসূচী হাতত লবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં હવામાનમાં બદલાવ થતાં ધુમ્મસ છવાયું
ડીસાના ગ્રામીણ વિસ્તારના લોકો કમોસમી માવઠા જેવા માહોલનો અનુભવ કરી રહ્યા છે. ડીસાની આજૂબાજૂના...
કાશ્મીરમાં સફરજનના બમ્પર ઉત્પાદન બાદ પણ કેમ ખેડૂતો ચિંતિત છે ?
ખેડૂતોનું કહેવું છે કે આ વખતે સારું ઉત્પાદન હોવા છતાં ખેડૂતોને 20-30 ટકા જેટલું નુકસાન થઈ રહ્યું...
विदेशों में 'मेक इन इंडिया' iPhone की धाक, 6 बिलियन डॉलर के आईफोन हुए एक्सपोर्ट
पिछले साल की तुलना में एपल के iPhone एक्सपोर्ट में वृद्धि हुई है। भारत में बड़े स्तर पर आईफोन का...
MP Election 2023: सीटों की डील फेल होने के बाद Samajwadi Party और Congress आमने-सामने | NDA Vs INDIA
MP Election 2023: सीटों की डील फेल होने के बाद Samajwadi Party और Congress आमने-सामने | NDA Vs INDIA
समाजवादी पार्टीं के कद्दावर नेता चंद्रशेखर यादव ने दर्जनों प्रधानों के साथ भाजपा पार्टीं में शामिल।
आजमगढ़। हरैया के पूर्व प्रमुख व समाजवादी पार्टी के कद्दावर नेता चंद्रशेखर यादव हरैया ब्लॉक के...