সোণাৰিত ৪০ উৰ্ধৰ বাবে সংগীত প্ৰতিযোগিতা অনুষ্ঠিত

সোণাৰিবাসী  ৰাইজৰ উদ্যোগত আৰু সোণাৰি স‌ংগীত মহাবিদ্যালয়ৰ সহযোগত আজি প্ৰথম বাৰৰ বাবে চৰাইদেউ জিলা ভিত্তিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা,ড° ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা গীতৰ প্ৰতিযোগিতা (৪০ বছৰ উদ্ধৰ) অনুষ্ঠিত হয়। মুঠ ৪০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে জয়ন্ত দত্ত, দিলীপ দাস , দিলীপ দত্তই।