ডবকাত ধোৱাচাঙত ৰাষ্ট্ৰীয় জল জীৱন আচনি ৷
ডবকাৰ আকাশীগংগা গাওঁ পঞ্চায়তৰ ভেৰনী কাৰমগাৱত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে গাওঁবাসীয়ে ৷
শতবৰ্ষ গৰকি যোৱা গাওঁখনৰ লোকসকলে আজিও খাল ডোঙৰ পানী খাই জীৱন নিৰ্বাহ কৰে ৷
ডবকাত ধোৱাচাঙত ৰাষ্ট্ৰীয় জল জীৱন আচনি
