চিলাপথাৰ ডিমৌত হত্যাৰ কাণ্ডৰ মূল অভিযুক্ত চিত্ৰ পাংগিঙক গ্ৰেপ্তাৰকঠোৰ শাস্তি দিয়াৰ দাবীAAGSU,TMPKৰ

যোৱা ৭ আগষ্ট তাৰিখে নিশা প্ৰায় ৮ বজাত চিলাপথাৰৰ ডিমৌ চাৰিআলিস্হিত ব্যৱসায়ী ভক্ত বাহাদুৰ ছেএীৰ খুলশালী চিত্ৰ পাংগিঙৰ মাজত সাধাৰণ ঘৰুৱা বিষয়ক লৈ সংঘৰ্ষৰ ফলত খুলশালী চিএ পাংগিঙে ভক্ত বাহাদুৰ ছেত্ৰীৰ ঘৰত সোমাই তেওঁক নিৰ্মম ভাবে হত্যা কৰি পলাতক হৈ আছিল । ১৯ দিনে পলায়ন থকা কালপিটক কালি জোনাই ৰ মোনমোন চাপৰিৰ পৰা জোনাই আৰক্ষীয়ে আটক কৰি চিলাপথাৰ আৰক্ষীক ঘটাই দিয়ে।উক্ত ঘটনাৰ সন্দৰ্ভতেই টিএমপিকে চিলাপথাৰ জিলা সমিতি আৰু গোৰ্খা ছাত্ৰ সন্হাৰ যৌথ উদ্যোগত ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ ওচৰত উক্ত অভিযুক্ত চিত্ত পাংগিংক গ্ৰেপ্তাৰ দাবীত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। অৱশেত আৰক্ষীয়ে অভিযুক্ত চিত্ত পাংগিঙক কালি গ্ৰেপ্তাৰ কৰি আজি দিনৰ ১১ মান বজাত ধেমাজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। দোষীক যাতে কোনো পধ্যেই সাৰি নেযায় তাৰ বাবে গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি আৰু টি এম পি কে চিলাপথাৰ জিলা সমিতিয়ে ধেমাজি আৰক্ষী প্ৰশাসনক দাবী জনোৱাৰ