বিদ্যালয়ৰ একত্ৰিকৰণ সিদ্ধান্তক বিৰোধিতা কৰে শিৱসাগৰ বহু বিদ্যালয়ে

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

অসম চৰকাৰে শিৱসাগৰ কেইবাখনো শিক্ষানুষ্ঠান আন শিক্ষানুষ্ঠান তথা বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিবলৈ নিৰ্দেশনা দিয়াৰ সময়তে এখন বিদ্যালয়ৰ অধক্ষ্যৰ কাতৰ আহ্বান শিক্ষামন্ত্ৰী |

শিৱসাগৰ “ অৰুণোদয় ছিনিয়ৰ চেকেণ্ডাৰী ”  স্কুল খন চাৰি কিলোমিটাৰ  নিলগৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন নকৰিবলৈ আহ্বান অধ্যক্ষ তথা ছাত্ৰছাত্ৰী |