কাজিৰঙাত দুটা হাতীপোৱালীৰ ধেমালী। বন্দী হ'ল টুৰিষ্ট গাইড বিশ্বজিৎ চেত্ৰীৰ কেমেৰাত।