তিতাবৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাণী সতীৰ ২৫সংখ্যক মহোৎসৱ উদযাপন ।। দেশজুৰি পবিত্ৰ ভাদ মাহৰ অমাবস্যাৰ নিশা উদযাপন কৰে এই ৰাণী সতী দাদী মহোৎসৱৰ ।। এই মহোৎসৱৰ জৰিয়তে তেখেতলোকৰ পূৰ্ব পুৰুষক স্মৰণ কৰে ।। তিতাবৰৰ জাজডিয়া আৰু জালান পৰিয়ালে অনুষ্ঠিত কৰে এই মহোৎসৱৰ ।।