হোজাইত ড্ৰাগছ সহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী।শিংগাড়ী বস্তি অঞ্চলত চলাইছিল আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান।গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে দক্ষিণ বিদ্যানগৰৰ সঞ্জয় দাস,কাৰ্তিক দে আৰু উত্তৰ বিদ্যানগৰৰ প্ৰকাশ মণ্ডল।অচি তপন মেধিৰ নেতৃত্বত চলিছিল এই অভিযান।অভিযানত ধৃত কেইটাৰ জিম্মাৰ পৰা জব্দ হৈছে ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
World Cup 2023: AFG का बड़ा उलटफेर, वर्ल्ड कप में रचा इतिहास, England के खिलाड़ी Spin में फंसे
World Cup 2023: AFG का बड़ा उलटफेर, वर्ल्ड कप में रचा इतिहास, England के खिलाड़ी Spin में फंसे
इनर व्हील क्लब कोटा नॉर्थ का पर्यावरण बचाओ अभियान - वृक्षारोपण किया और रेली निकाली
इनर व्हील क्लब कोटा नॉर्थ द्वारा पर्यावरण बचाने हेतु वृक्षारोपण किया गया एवं प्लास्टिक का उपयोग...
বাৰ্লিনত মাতৃ ৰিণিকি ভূঞাৰ সৈতে কন্যা আৰ্হিৰ মধুৰ সময়
বাৰ্লিনত মাতৃ ৰিণিকি ভূঞাৰ সৈতে কন্যা আৰ্হিৰ মধুৰ সময়
#thevoiceofdadara #NewsUpdate...
আৰক্ষীয়ে দা-কুঠাৰ লৈ ভাঙিছে কি? চাওক এই প্ৰতিবেদন
বাদুলিপাৰত চুলাইৰ বিৰুদ্ধে দেৰগাঁও আৰক্ষীৰ অভিযান । দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ...