নাইজেৰয়ান হেকাৰৰ টাৰ্গেত হৈ পৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হাৰমিত সিং। কালি আই পি এছ বিষয়াজনৰ ফটো ব্যৱহাৰ কৰি এক হোৱাটছএপ নম্বৰৰ পৰা বিভিন্নজনলৈ মেচেজ প্ৰেৰণ কৰিছিল। 

বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পাছতে আৰক্ষী আয়ুক্ত গৰাকীয়ে হোৱাটছএপ কৰ্তৃপক্ষক অভিযোগ দিছিল। পাছত জানিব পাৰে যে মোবাইল নম্বৰতোৰ আই পি ঠিকনা নাইজেৰিয়াৰ।