মঙ্গলদৈত বিজুলী মহোৎসৱ পালন। উজ্জ্বল ভাৰত উজ্জ্বল ভবিষ্যত power @ ২০৪৭।আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দৰং জিলাৰ বিদ্যুৎ বিভাগে আয়োজন কৰে বিজুলী মহোৎসৱ 

মঙ্গলদৈ জিলা পুথিভঁৰালত প্ৰক্ষাগৃহত অনুষ্ঠিত হয়।

সভা খনত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মাৰ, মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস,সমাজ সেৱক অনুপম ডেকা আৰু বিদ্যুৎ বিভাগৰ বিষয়া SDO প্ৰকাশ শৰ্মাৰ লগতে সকলো কৰ্মচাৰী ।