দৰং জিলাৰ বৃহত্তৰ নামখলাক কেন্দ্ৰ কৰি জন্ম হ'ল 'নামখলা প্ৰেছ ' ক্লাব।নামখলা কলা কৃষ্টি পৰিষদ প্ৰাঙ্গনত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক সীতাৰাম ঠাকুৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এখন গাম্ভীয্যপূৰ্ণ সভাত নামখলা প্ৰেছক্লাব গঠন হয়।জ্যেষ্ঠ সাংবাদিক হেমন্ত কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে একোটাকৈ গছ পুলিৰে অভ্যাগত সকলক সম্ভাষণ জনোৱা হয়। অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক দ্বয় শৰৎচন্দ্ৰ হাজৰিকা আৰু ফজলুল হক চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে।বিশিষ্ট লেখক পুনুৰাম কলিতা, ৰাজ্যিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিষয়ববীয়া অতুল বৰুৱা,অধ্যাপক ড° দুলাল হাজৰিকাকে ধৰি কেবাজনো বিশিষ্ট অতিথি উপস্থিত থকা সভা খনতেই হেমন্ত কলিতাক সভাপতি, দ্বীপেন ডেকাক সম্পাদক হিচাপে লৈ পাঁচজন সদস্যৰে প্ৰেছ ক্লাবৰ সমিতি খন গঠন কৰা হয়।নামখলা অঞ্চলৰ বহুদিনীয়া অভাৱ এটা পূৰণ হোৱা বুলি ব্যক্ত কৰি সভাৰ সঞ্চালক সীতাৰাম ঠাকুৰীয়াই নতুনকৈ ভূমিষ্ঠ হোৱা নামখলা প্ৰেছ ক্লাবে অঞ্চলটোৰ পৰা নতুন সাংবাদিক সৃষ্টি কৰি সকলো বা-বাতৰি নিয়মীয়াকৈ প্ৰকাশৰ জৰিয়তে অঞ্চলটোৰ উন্নতিত অৰিহণা যোগাব বুলি আশা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভেৰগাঁওত ১৫ সংখ্যক বড়োলেণ্ড ছহিদ সোঁৱৰণী মহিলা ফুটবল প্ৰতিযোগিতা
ভেৰগাঁওত ১৫ সংখ্যক বড়োলেণ্ড ছহিদ সোঁৱৰণী মহিলা ফুটবল প্ৰতিযোগিতা
અંબાજી મેળામાં ડીસાના સેવાભાવી દ્વારા પોલીસ સ્ટાફને દરરોજ ભોજન મિષ્ટાન પીરસાય છે
અંબાજી મેળામાં ડીસાના સેવાભાવી યુવા અગ્રણી પી.એન.માળી દ્વારા પોલીસ વિભાગના 6500 જેટલાં સ્ટાફને...
Uttarkashi Tunnel:अस्पताल से जल्द डिस्चार्ज होंगे सुरंग से बचाए गए 41 मजदूर, Doctor बोले-सभी ठीक हैं
Uttarkashi Tunnel:अस्पताल से जल्द डिस्चार्ज होंगे सुरंग से बचाए गए 41 मजदूर, Doctor बोले-सभी ठीक हैं
કઠલાલ માં રામનવમી નિમિતે ભવ્ય શોભા યાત્રા યોજાઈ
કઠલાલમાં રામનવમી પર્વ નિમિત્તે કઠલાલ નગરમાં ભગવાન શ્રીરામની ભવ્ય શોભાયાત્રા યોજાઈ.કઠલાલ...
Wild elephant in Tezpur on Saturday night
wild elephant in Tezpur @Saturday night