আজি আম আদমী পাৰ্টী ৰ শোণিতপুৰ জিলা সমিতি, যুৱ শক্তি আৰু মহিলা শক্তি ৰ উদ্যোগত ৰাঙাপাৰ ত এক বিশাল গণ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব ৰ প্ৰভাৰী ৰাজেশ শৰ্মা, আম আদমী পাৰ্টী অসম ৰ প্ৰভাৰি ড ভবেন চৌধুৰী লগতে আৰু বহু ৰাজ্যিক বিষয় ববিয়া সকল।
আজি আম আদমী পাৰ্টিৰ শোণিতপুৰ জিলা সমিতি, যুৱ শক্তি আৰু মহিলা শক্তিৰ উদ্যোগত ৰাঙাপাৰত এক বিশাল গণ যোগদান কাৰ্যসূচী
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_6b4914fbe54574e921a935b6282bf702.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)