জিলাৰ কাহঁশিল্প নগৰী সৰ্থেবাৰীস্থিত অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ৰাজনন্দিনীৰ আখৰা গৃহত বৃহস্পতিবাৰে সন্ধিয়া দুমহীয়া জেপ কাব্য আলোচনী "বাঁহী" উন্মোচন কৰা হয়। নলবাৰীৰ ৰামপুৰৰ সুৰজ চন্দনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত দুমহীয়া জেপ কাব্যালোচনী 'বাঁহী'ৰ জুলাই - আগষ্ট সংখ্যাটো উন্মোচন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক , বিশিষ্ট কবি তথা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য প্ৰযোজক নকুল তালুকদাৰে। উল্লেখ্য যে বিশিষ্ট সাংবাদিক নকুল তালুকদাৰৰ জন্মদিনত জেপ কাব্য আলোচনী বাঁহী উন্মোচনেৰে ব্যতিক্ৰমভাবে উদযাপন কৰা হয় তালুকদাৰৰ জন্মদিন। উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে সাহিত্য -সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক , বিৰিণা গোষ্ঠী অসমৰ সদস্য জেহেৰুল ইছলাম , অসমৰ উদীয়মান জনপ্ৰিয় সংগীত শিল্পী পি জে প্ৰিঞ্চ , জুৰি তালুকদাৰ লগতে কেইবাগৰাকী ন পুৰণি কবি, নাট্য শিল্পী | বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তথা কবি- সাংবাদিক তফিকুৰ ৰহমানে আঁত ধৰা উন্মোচনী অনুষ্ঠানটোত বৰপেটা জিলাৰ বিশিষ্ট কবি তথা সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক আৰু বাঁহীৰ এই সংখ্যাটোৰ উন্মোচক নকুল তালুকদাৰৰ ওপজা দিনটোত আলোচনীখনৰ সংখ্যাটো উন্মোচন কৰি শুভ জন্মদিনৰ উপহাৰ দিয়ে বাঁহীৰ সম্পাদনা সমিতিয়ে ৷ ২০১৯ চনৰ পৰা দুই মাহৰ মূৰে মূৰে বাঁহী কাব্য আলোচনীখন প্ৰকাশ পাই আহিছে বুলি জানিব দিয়ে সম্পাদক সুৰজ চন্দনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખંભાળીયા માં ઠેર-ઠેર ખાડાઓને લઈ આપના બળદેવભાઈ ગઢવીએ પ્રતિક્રિયા આપી
ખંભાળીયા માં ઠેર-ઠેર ખાડાઓને લઈ આપના બળદેવભાઈ ગઢવીએ પ્રતિક્રિયા આપી
India vs Australia T20 series: मैच देखने की कर रहे हैं तैयारी तो Jio और Airtel के ये प्लान है बेस्ट, दनादन चलेगा आपका इंटरनेट
भारत और ऑस्ट्रेलिया के बीच चल रही T20 सीरीज एक खास मोड पर है जिसमें पहले मैच को जीत कर इंडिया...
ડીસામાં છેલ્લા ત્રણ દિવસથી ધોધમાર વરસાદ વરસી રહ્યો છે
ડીસામાં છેલ્લા ત્રણ દિવસથી ધોધમાર વરસાદ વરસી રહ્યો છે
'गेहूं बेचकर ब्रेड खरीदूं, ये नहीं हो सकता', रोजगार और निवेश को लेकर पीएम मोदी ने बताया प्लान
Lok Sabha Election 2024। लोकसभा चुनाव से पहले पीएम मोदी ने समाचार एजेंसी एएनआई को दिए...
ই ৰিক্সা চালকে ঘৰুৱা সংযোগৰ বিদ্যুত ব্যৱহাৰ কৰি চাৰ্জ দিব নোৱাৰিব।
ই ৰিক্সা চালকে ঘৰুৱা সংযোগৰ বিদ্যুত ব্যৱহাৰ কৰি চাৰ্জ দিব নোৱাৰিব। ই ৰিক্সা চাৰ্জ দিয়াৰ বাবে...