মঙ্গলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।
কথমপি ৰক্ষা এজন পথ আৰোহীৰ।
ছিপাঝাৰৰ ইজাহাৰ আলিয়ে মঙ্গলদৈত ঊষধ নিব আহি ঘৰলৈ যোৱাৰ পথত হয় এই দুৰ্ঘটনাটো। স্থানীয় লোকৰ সহযোগত যানবাহন আৰক্ষীয়ে ৰচিৰে টানি টানি উদ্ধাৰ কৰিলে আৰোহী আৰু বাইক।
লেহেমীয়া গতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্ত নিৰ্মাণৰ বাবে এই দুৰ্ঘটনাটোত সংঘটিত হয় বুলি অভিযোগ উত্থাপিত কৰে প্ৰত্যক্ষদৰ্শী