বিগত কেইবেদিন ধৰি দি থকা নেৰা নেপেৰা বৰষুণৰ ফলত সোণাৰিত এক বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি পুৱা সোণাৰি নগৰৰ সমীপৰ ৰজাপুখুৰী নেপালি বস্তিত টীয়ক নৈৰ বাড়নি...