কাজিৰঙাৰ দুৰ্গাপুৰত আছে এখন ব্যতিক্ৰমী হোটেল।প্ৰথম দৃষ্টিত সাধাৰণ যেন লাগিলেও হোটেলখনৰ অন্তৰ্ভাগৰ পৰিবেশে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে।হোটেলখনত সন্নিবিষ্ট কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় তথ্য।হোটেলখনৰ বেৰত সুন্দৰকৈ তথ্যসমূহ তুলি ধৰা হৈছে।দেশী -বিদেশী পৰ্যটকৰ সুবিধাৰ্থে এই ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে হোটেলখনৰ স্বত্বাধীকাৰী তথা কাজিৰঙাৰ বিশিষ্ট পৰ্যটন উদ্যোগী হৰিপ্ৰসন্ন গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জোনাই আৰক্ষীয়ে আটক কৰিলে গো মাফিয়াক
জোনাই আৰক্ষীয়ে আটক কৰিলে গো মাফিয়াক #Siang_Live#Jonai_News
মঙ্গলদৈ বৰনগাঁও ৰাইজৰ কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠান।
মঙ্গলদৈ বৰনগাঁও ৰাইজৰ কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠান।
বানপীড়িত ৰাইজৰ ওচৰত...
ગુરુકૃપા સોસાયટીમાં રહેણાંક મકાનમાં શોર્ટ સર્કિટથી આગ લાગતા ઘરવખરી બળીને ખાખ.
ખંભાત શહેરમાં ગુરુકૃપા સોસાયટીમાં સવારના સુમારે હેણાંક મકાનમાં શોર્ટ સર્કિટથી આગ લાગી હતી.આંબાખડ...
कजली तीज मेले को लेकर छत्रपुर स्थित कुम्भा स्टेडियम में तैयारियां जोरों पर ।
कजली तीज मेले को लेकर छत्रपुर स्थित कुम्भा स्टेडियम में तैयारियां जोरों पर ।
विश्वविद्यालय अनुदान आयोग ने किया राजस्थान के तीन विश्व विद्यालयों को बैन.
जयपुर. विश्वविद्यालय अनुदान आयोग ने राजस्थान की तीन निजी यूनिवर्सिटीयों के पीएचडी कोर्स करवाने पर...