নলবাৰী জিলাৰ বেলশৰ আৰক্ষীয়ে অভিযান চলাই বুধবাৰে বৃহৎ পৰিমানৰ চুৰি সোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷উল্লেখ্য যে দেওবাৰে পশ্চিম নলবাৰীৰ গামাৰিমুৰীৰ ৰূপক শৰ্মাৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ সোন আৰু কাপোৰ চুৰি হয়৷উক্ত চুৰি কাৰ্য্যৰ লগত জৰিত কৰ্ন বৰ্মন আৰু পূৰৱী বৰ্মন নামৰ এহাল দম্পতী আটক কৰিছে৷তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙিয়া আৰু গোবৰাদলৰ পৰা উদ্ধাৰ কৰে সোন খিনি৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उदगीर बाजारपेठेतील आजचा सोयाबीनचा दर पाच हजार दोनशे रुपये
उदगीर बाजारपेठेतील आजचा सोयाबीनचा दर पाच हजार दोनशे रुपये
ઠાસરા બાંધરપુરા કેનાલમાં ખાબકેલી કાર સાથે બંને વ્યક્તિઓના મૃતદેહ 8 મીટરની દુરીથી ત્રણ દિવસે મળ્યા
ઠાસરા તાલુકાના બાધરપુર ગામની સીમમાંથી પસાર થતી મહી કેનાલમાં ગત બુધવારની રાત્રે એક કાર ખાબકી...