এজাক কণ কণ শিক্ষাৰ্থীৰে অন্তৰংগ আলাপ মন্ত্ৰী বিমল বৰাৰ। মাটিত বহি ছাত্র ছাত্ৰী সকলৰ সৈতে ধেমালি মন্ত্ৰী গৰাকীৰ। চাহ বাগিচাৰ পটভূমিত নিৰ্মাণ কৰা ডঃ ভূপেন হাজৰিকাৰ চামেলী মেমচাহাব বোলছবিৰ গীত পৰিৱেশন কৰি কণ কণ শিশুবোৰক শিক্ষা গ্ৰহণৰ আহ্বান মন্ত্ৰী গৰাকীৰ। বৃহস্পতিবাৰে টিংখাং সমষ্টিৰ নিজ গৃহ পঞ্চায়তত জোঁকতলী চাহ বাগিচাত নিৰ্মাণ কৰা এটা অংগণৱাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰিবলৈ গৈ মন্ত্ৰী বিমল বৰাই চাহ বাগিচাৰ এজাক কণ কণ শিক্ষাৰ্থীৰ সৈতে একেলগে বহি ধেমালি কৰা দেখিবলৈ পোৱা যায়। সহশ্ৰাধিক লোকৰ উপস্থিতিত মহিলা আৰু শিশু উন্নয়ন বিভাগ, ডিব্ৰুগড় উদ্যোগত জোঁকতলী চাহ বাগিচাত নিৰ্মাণ কৰি উলিওৱা এই আদৰ্শ অঙ্গণৱাড়ী কেন্দ্ৰ টোৱে বাগিচা খনৰ কণ কণ ছাত্র ছাত্ৰী সকলক এক সুস্থ পৰিবেশত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব মন্ত্ৰী গৰাকীয়ে সদৰী কৰে। ইতিমধ্যে সমগ্ৰ টিংখাং সমষ্টিত মুঠ ১১ টা এনে আদৰ্শ অঙ্গণৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ধৰা পৰিল কেঁচুৱা চুৰি চক্ৰ
এটা বিগ ব্ৰেকিং নিউজ
গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ধৰা পৰিল কেঁচুৱা চুৰি চক্ৰ
...
Ghazipur Landfill Fire News: गाजीपुर लैंडफिल साइट के धुएं से परेशान दिल्ली-नोएडा के लोगों की आपबीती
Ghazipur Landfill Fire News: गाजीपुर लैंडफिल साइट के धुएं से परेशान दिल्ली-नोएडा के लोगों की आपबीती
১৯ এপ্ৰিলত ভোটদানৰ দিনা বন্ধ ঘোষণা শিৱসাগৰ জিলা প্ৰশাসনৰ
শিৱসাগৰঃ ১৯ এপ্ৰিলত ডিমৌ শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিত ভোটদানৰ দিনা বন্ধ ঘোষণা জিলা...
সোণাৰি পাৰ্বতিপুৰ নামঘৰত অখণ্ড ভাগৱত পাঠৰ আয়োজন
সোণাৰি পাৰ্বতিপুৰ নামঘৰত অখণ্ড ভাগৱত পাঠৰ আয়োজন
বৃন্দাবনলৈ পৰিণত হল সোণাৰি পাৰ্বতীপুৰ সত্ৰীয়া...
इजराइली सेना ने हिजबुल्लाह के 250 लड़ाके मारे:सीरिया से संपर्क तोड़ा; बाइडेन बोले- ईरानी परमाणु अड्डे-तेल भंडार पर हमला न करे इजराइल
इजराइली डिफेंस फोर्स (IDF) ने दक्षिणी लेबनान के बाद अब उत्तरी लेबनान में भी हवाई हमले तेज कर दिए...