ধেমাজি মৰিধলত উজনিমোৱা ৰেলে মহতিয়ালে এজন ব্যক্তিক, মৰিধলত ৰেলৰ খুন্দাত কোনোমতে প্ৰাণ ৰক্ষা এজনৰ ততাটৰীয়াকৈ ১০৮ ৰ এম্বুলেন্সৰ সহায়ত ধেমাজি অসামৰিক চিকিৎসালয়লৈ পেৰণ কৰা হয়*

আজি আবেলি ধেমাজি মৰিধলত ৰেলৰ খুন্দাত কোনোমতে প্ৰাণ ৰক্ষা এজনৰ আজি আবেলি ৫:৩০ মান বজাত মৰিধলত উজনিমুৱা ৰেলে মহতিয়াই নিলে এজন ব্যক্তিক..... কোনো মতে প্ৰাণ ৰক্ষা। জনিবলৈ পোৱা মতে ৰেলে মহতীয়াই নিয়া ব্যক্তি জনৰ নাম *দীপক কুমাৰ গগৈ* ঘৰ *গোগামুখ লখিয়াত*.... জীয়েকৰ ঘৰলৈ বুলি অহা গোগামুখৰ দীপক কুমাৰ গগৈ'ৰ সোঁ ভৰি ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিবলৈ পৰা গৈছে ।

স্থানীয় ৰাইজৰ তৎপৰতাত ব্যক্তিজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।